عدد العناصر: 5
مؤلف, مترجم, 11 / 7 / 1428 , 26/7/2007 عدد العناصر : 13
مترجم, مُراجع, مؤلف, 8 / 4 / 1436 , 29/1/2015 عدد العناصر : 101
ৰফিকুল ইছলাম পিতা হাবিবুৰ ৰহমান পিতা মছীৰুদ্দীন পিতা চৈয়দ চৰকাৰ। জন্মঃ ০১-১০-১৪১০ হিজৰী মুতাবিক ২৭-০৪-১৯৯০ চন তাৰিখে গোৱালপাৰা জিলাৰ হাগুৰিপাৰা গাওঁত জন্ম লাভ কৰে। মাহাদ ওছমান বিন আফ্ফান লি তাহফীজিল কোৰআনিল কাৰীমৰ পৰা কোৰআন হিফজ কৰি জামিয়া ইছলামীয়া খাৰুপেটীয়াত আৰবী শিক্ষা আৰম্ভ কৰে। ২০১০ চনত তাৰ পৰা আলিমিয়্যাতৰ চনদ লৈ দিল্লী জামিয়া ৰিয়াজুল উলুমত ফজিলতৰ শিক্ষা লোৱাৰ বাবে ৰাৱানা হয়। ২০১২ চনত ফজিলতৰ চনদ অৰ্জন কৰে আৰু ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদী আৰবত অধ্যায়নৰত।
مؤلف, مُراجع, مترجم, 29 / 8 / 1429 , 1/9/2008 عدد العناصر : 165
مؤلف, مترجم, 17 / 10 / 1429 , 18/10/2008 عدد العناصر : 235
مؤلف, مُراجع, مترجم, 8 / 6 / 1428 , 24/6/2007 عدد العناصر : 986