মুহাম্মদ বিন আব্দুল ওৱাহ্হাব - পুথি সমূহ
উপাদানৰ সংখ্যা: 2
- সকলো ভাষা
- সকলো ভাষা
- অসমীয়া
- অৰোমি
- আকানি
- আফাৰ
- আমহাৰিক
- আল বানিয়ান
- আৰবী
- ইংৰাজী
- ইউক্ৰেনিয়ান
- ইটালিয়ান
- ইন্দোনেচি
- ইৰানোন (ফ্লিপাইন)
- উইগুৰ
- উইৰুবা
- উগেন্ডা
- উজবেক
- উৰ্দু
- এনকো
- ঔলোফ
- কমৰিয়ান
- কান্নাডা
- কুৰ্দি
- গুজৰাটি
- চিচেওৱা
- চীনা
- চেচেন
- ছমালি
- ছাৱাহিলী
- ছিনহালি
- ছোনিঙ্কে
- ছোৱেদি
- জাৰ্মান
- জৰ্জিয়ান
- ডাচ
- তাগালোগ
- তাজিকি
- তামিল
- তিগ্ৰিনি
- তুৰুকমানি
- তুৰ্কি
- তেলেগু
- থাই
- নেপালী
- পুস্তু
- পুৰ্তুগিজ
- ফাৰ্ছি
- ফিনলান্ডিয়ান
- ফোলান
- ফৰাচি
- বঙালী
- বুলগিৰিয়ান
- বোছনিয়ান
- ভিয়েতনামিজ
- মালয়
- মালয়ালম
- মুৰী
- লাটভিয়ান
- লিঙ্গালা
- স্পেনিচ
- হাউছা
- হিন্দি
- হিব্ৰু
- ৰুছিয়ান
- অসমীয়া লেখক : মুহাম্মদ বিন আব্দুল ওৱাহ্হাব লেখক : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এইটো মুহাম্মদ ইবন আব্দুল ওৱাহহাব - ৰাহিমাহুল্লাহ - ৰচিত এখন সংক্ষিপ্ত ও মূল্যবান পুস্তিকা।ইয়াত অতি সংক্ষেপে মানৱ জীৱনৰ মৌলিক কৰ্তব্য, সৃষ্টি ও স্ৰষ্টাৰ পৰিচয়, আল্লাহে আদেশ কৰা ইবাদত ও উপাসনাৰ প্ৰকাৰ ও ভাগ সমূহ, দ্বীনৰ সংক্ষিপ্ত বিৱৰণ, দ্বীন ইছলামৰ পৰ্যায়সমূহ, প্ৰত্যেক পৰ্যায়ৰ আৰকানসমূহ, নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সংক্ষিপ্ত জীৱনি, তেখেতক প্ৰেৰণ কৰাৰ ৰহস্য, পৰকালৰ প্ৰতি ঈমান, আৰু তৌহীদৰ দুটা উপাদান যেনে তাগুতক পৰিহাৰ কৰা আৰু আল্লাহৰ প্ৰতি ঈমান আনা ইত্যাদি বিষয় সমূহ বৰ্ণনা কৰিছে। অসমীয়া অনুবাদৰ মূঠ পৃষ্টা হৈছে ৩৭ ।
- অসমীয়া লেখক : মুহাম্মদ বিন আব্দুল ওৱাহ্হাব অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
এইটো এখন সংক্ষিপ্ত পত্র বিশেষ, যিটো শ্বাইখুল ইছলাম মুহাম্মাদ ইবন আব্দুল ওৱাহ্হাব ৰাহিমাহুল্লাহে লিখিছে। ইয়াত তৌহীদ আৰু শ্বিৰ্কৰ গুৰুত্বপূৰ্ণ চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰিছে। আৰু মুশ্বৰিকসকলৰ দাবী কৰা শ্বাফা‘আত আৰু তৌহীদপন্থীসকলৰ সাব্যস্ত কৰা শ্বাফা‘আতৰ পাৰ্থক্য দাঙি ধৰিছে।