উপাদানৰ সংখ্যা: 27
10 / 4 / 1436 , 31/1/2015
চমু বিৱৰণী পুস্তিকাটোত কোৰআন আৰু ছুন্নাহৰ আলোকত অছিলা গ্ৰহণ কৰা আৰু যিহঁতক অছিলা হিচাপে গ্ৰহণ কৰা হয় সিহঁতৰ পৰিণাম সম্পৰ্কে আলোচনা কৰা হৈছে।
8 / 4 / 1436 , 29/1/2015
এইটো এখন সংক্ষিপ্ত পত্র বিশেষ, যিটো শ্বাইখুল ইছলাম মুহাম্মাদ ইবন আব্দুল ওৱাহ্হাব ৰাহিমাহুল্লাহে লিখিছে। ইয়াত তৌহীদ আৰু শ্বিৰ্কৰ গুৰুত্বপূৰ্ণ চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰিছে। আৰু মুশ্বৰিকসকলৰ দাবী কৰা শ্বাফা‘আত আৰু তৌহীদপন্থীসকলৰ সাব্যস্ত কৰা শ্বাফা‘আতৰ পাৰ্থক্য দাঙি ধৰিছে।
6 / 7 / 1438 , 3/4/2017
মাননীয় অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ইকৰামূল হুচেইন ছাৰে সংকলন কৰা সঠিক পদ্ধতিত সহজ ছালাত শিক্ষা পুথিখনত কোৰআন আৰু ছহীহ হাদীছৰ আলোকত ছালাতৰ পদ্ধতি অতি সুন্দৰভাৱে উল্লেখ কৰা হৈছে। আশা কৰো অসমবাসী ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হ’ব।
14 / 2 / 1438 , 15/11/2016
ছালাত আদায়ৰ পদ্ধতি: লেখকে এই পুথি সম্পৰ্কে কৈছে: “এই পুথিত মই তাকবীৰৰ পৰা আৰম্ভ কৰি ছালাম পৰ্যন্ত ছালাত আদায়ৰ সঠিক পদ্ধতি সংক্ষিপ্তভাৱে কোৰআন আৰু হাদিছৰ আলোকত বৰ্ণনা কৰিছো”।
20 / 6 / 1437 , 30/3/2016
ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ অসমীয়া অনুবাদ লগতে সংক্ষিপ্ত ব্যাখ্যা কৰা হৈছে। ইয়াত আয়াতৰ দ্বাৰা আয়াতৰ তফছীৰ কৰা হৈছে আৰু ছহীহ হাদীছৰ দ্বাৰা লগতে ছাহাবী আৰু তাবেঈনসকলৰ উক্তিও অন্তৰ্ভূক্ত কৰা হৈছে। আক্বীদাৰ বিষয়টো বিশেষ মনোযোগ দিয়া হৈছে।
10 / 6 / 1437 , 20/3/2016
যাকাত আৰু ছওম সম্পৰ্কীয় পুস্তিকা দুটা শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহে ৰচনা কৰিছে, য’ত তেখেতে যাকাত আৰু ছিয়ামৰ মৌলিক বিষয়সমূহ অত্যন্ত সুন্দৰ আৰু সহজ-সৰল ভাষাত কোৰআন আৰু বিশুদ্ধ হাদীছৰ আধাৰত আলোচনা কৰিছে।
20 / 11 / 1436 , 4/9/2015
জানাযাৰ মছলা মাছাইল আৰু তাৰ কিছুমান বিদআতঃ উক্ত কিতাপ খনত লেখকে জানাযাৰ মছলা মাছাইল সমূহ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিপিবদ্ধ কৰিছে। কিতাপ খন সকলোৰে বাবে উপকাৰী।