হজ্জৰ কাৰ্যাৱলী শেষ হোৱাৰ আগতে বিদায়ী তাৱাফ কৰা ঠিক নহয়

চমু বিৱৰণ

হাজী চাহেবৰ বাবে জুলহিজ্জা মাহৰ ১২ তাৰিখে পোৱাৰ ভাগত বিদায়ী তাৱাফ কৰা আৰু তাৰ পিছত মীনাত উভতি আহি শিল গুটি দলিয়াই নিজ দেশৰ উদ্দেশ্যে ভ্ৰমণ কৰা জায়েয হ’বনে?

আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ