- আল-কোৰআন আৰু ইয়াৰ বিভিন্ন জ্ঞান-শাস্ত্ৰ
- ছুন্নাহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- আক্বীদা
- তৌহীদ
- ইবাদত
- দাৱাহ আৰু ইছলামী সংস্কৃতি
- ঈমান
- ঈমানৰ বিভিন্ন মছলা মাছাইল
- ইহছান
- কুফৰ
- নিফাক্ব
- শ্বিৰ্ক
- বিদআত
- ছাহাবীসকল আৰু নবী পৰিয়াল
- অছিলা গ্ৰহণ
- অলী আৰু সিহঁতৰ কেৰামত
- জিন
- বন্ধুত্ব আৰু শত্ৰুতা (সম্পৰ্ক স্থাপন আৰু সম্পৰ্কচ্ছেদ)
- আহলে ছুন্নাত অল জামা‘আত
- বিভিন্ন ধৰ্মমত আৰু দ্বীন
- বিভিন্ন ফিৰ্কা, মতবাদ আৰু ধৰ্ম
- ইছলামৰ দাবীদাৰ বিভিন্ন ফিৰ্কা আৰু উপদল
- আধুনিক বুদ্ধিবৃত্তিক মতবাদসমূহ
- ফিকহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- ইবাদতৰ ফিকহ
- ফিকহুল মু‘আমালাত বা অৰ্থনৈতিক লেন-দেন বিষয়ক ফিকহ
- শপথ আৰু মান্নত
- পৰিয়াল বিষয়ক ফিকহ
- চিকিৎসা, ঔষুধ আৰু চৰিয়ত অনুমোদিত জৰা-ফুঁকা
- খোৱা লোৱা আৰু পান কৰাৰ বিধান
- অপৰাধসমূহ
- মীমাংসা আৰু বিচাৰিক ফিকহ
- জিহাদ
- সম-সাময়িক বিষয়ৰ ফিকহ
- সংখ্যালঘু মুছলিম বিষয়ক ফিকহ - ফিকহুল আকাল্লিয়াত
- ইছলামী ৰাজনীতি
- ফিকহী মজহাবসমূহ
- ফতোৱা
- উছুলুল ফিকহ (ফিকাহ শাস্ত্ৰৰ মৌলিক নীতি)
- ফিকাহ সম্পৰ্কীয় কিতাবসমূহ
- সৎকৰ্ম আৰু আনুগত্যৰ ফজিলত আৰু ইয়াৰ লগত সংশ্লিষ্ট বিষয়াদি
- ইবাদতৰ ফজিলতসমূহ
- উত্তম চৰিত্ৰৰ ফজিলতসমূহ
- আদব-আখলাক আৰু ওৱাজ-নছীহত
- ইছলামী আদব বা শিষ্টাচাৰ
- বাট-পথ আৰু বজাৰৰ আদবসমূহ
- আহাৰ গ্ৰহণ কৰা আৰু পান কৰাৰ আদবসমূহ
- অতিথি সেৱাৰ শিষ্টাচাৰ
- সাক্ষাতৰ শিষ্টাচাৰ
- হাঁচিৰ আদবসমূহ
- বজাৰৰ শিষ্টাচাৰ
- হামি কঢ়াৰ শিষ্টাচাৰ
- সাক্ষাৎ আৰু অনুমতি বিচৰাৰ আদবসমূহ
- কাপোৰ পৰিধান কৰাৰ আদবসমূহ
- বেমাৰীৰ শুশ্ৰুষা কৰাৰ আদব সমূহ
- টোপনী যোৱা আৰু টোপনীৰ পৰা সাৰ পোৱাৰ আদবসমূহ
- সপোন আৰু বেয়া সপোন
- কথাৰ নিয়মাৱলী
- ভ্ৰমনৰ আদবসমূহ
- মছজিদৰ আদবসমূহ বা নিয়ম-নীতি
- সপোনৰ আদবসমূহ
- দুআসমূহ
- আৰবী ভাষা
- ইছলামৰ প্ৰতি আহ্বান
- মুছলিমৰ বাবে আৱশ্যকীয় জ্ঞান
- আত্মাৰ পৰিশুদ্ধিতা, উপদেশ আৰু অন্তৰ-কোমলকাৰী বিষয়
- সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধকৰণ
- ইছলামী দা‘ৱাতৰ বাস্তৱতা
ফিকহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
উপাদানৰ সংখ্যা: 40
- প্ৰথম পৃষ্ঠা
- প্ৰদৰ্শন ভাষা : অসমীয়া
- কন্টেন্টৰ ভাষা : সকলো ভাষা
- ফিকহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- অসমীয়া লেখক : আব্দুৰ ৰহমান বিন নাছিৰ আচ-চাদী লেখক : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
সুখি জীৱনৰ কিছুমান উপকাৰী উপায়: পুস্তিকাটোত এনে কিছুমান উপায়-পদ্ধতি আলোচনা কৰা হৈছে, যিবোৰ পালন কৰিলে অন্তৰৰ সুখ-শান্তি লাভ হ’ব আৰু দুখ-চিন্তা দূৰ হ’ব।
- অসমীয়া
- অসমীয়া
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
উক্ত প্ৰৱন্ধটোত হজ্জ আদায় কৰাৰ পদ্ধতি বৰ্ণনা কৰা হৈছে।
- অসমীয়া লেখক : ছলেহ ইবনে ফাওজান আল-ফাওজান লেখক : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
মাজাৰ আৰু কবৰৰ উদ্দেশ্যে কুৰবানী, মান্নত আৰু হাদিয়া পেচ কৰা আৰু এইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা এটা ডাঙৰ পাপ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই ধৰণৰ পাপ কাৰ্যৰ পৰা মুছলিম উম্মাহক কঠোৰভাৱে নিষেধ কৰিছে।উক্ত প্ৰৱন্ধটোত এই বিষয়ে আলোচনা কৰা হৈছে।
- অসমীয়া লেখক : ছলেহ ইবনে ফাওজান আল-ফাওজান অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
নাৰীসকলৰ প্ৰকৃত মৰ্যদা প্ৰদানকাৰী দ্বীন একমাত্র ইছলাম। ইছলামে তেওঁলোকৰ বহুতো বিষয় বিশেষ গুৰুত্বসহ গ্ৰহণ কৰিছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা কেৱল নাৰীসকলক উদ্দেশ্য কৰি উপদেশ প্ৰদান কৰিছিল। ‘আৰাফাৰ ময়দানত তেখেতে নাৰীসকলৰ ওপৰত পুৰুষসকলক হিতাকাঙ্ক্ষী হ’বলৈ উপদেশ দিছে, যিয়ে প্ৰমাণ কৰে নাৰীসকল বিশেষ যত্নৰ দাবীদাৰ। বিশেষকৈ বৰ্তমান সময়ত যেতিয়া মুছলিম নাৰীসকলৰ সন্মান হৰণ আৰু মৰ্যদাপূৰ্ণ স্থানৰ পৰা বিচ্যুত কৰাৰ নিমিত্তে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হৈছে। এতেকে, তেওঁলোকক সচেতন কৰা আৰু তেওঁলোকৰ সন্মুখত মুক্তিৰ নিৰ্দেশনা স্পষ্ট কৰাৰ বিকল্প নাই। উক্ত পুথিখনত এই বিষয়টোকে স্পষ্ট কৰা হৈছে।
- অসমীয়া লেখক : শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
উক্ত পোষ্টাৰত অজু আৰু ছালাত আদায় কৰাৰ সঠিক পদ্ধতি বৰ্ণনা কৰা হৈছে।
- অসমীয়া মুফতি : স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন (ছৌদি আৰব) অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
চমু বিৱৰণী এই ফতোৱাত নিম্নলিখিত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰা হৈছে: মই দুখন কিতাপত পঢ়িছোঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ প্রথম সৃষ্টি, আল্লাহ তাআলা তেওঁক স্বীয় নূৰৰ পৰা সৃষ্টি কৰিছে, আৰু তেওঁৰ কাৰণে আন আন মখলুক (সৃষ্টি সমূহ) সৃষ্টি কৰা হৈছে। এই বিষয়ে মোৰ জ্ঞান নিশ্চিত নহয়, এতেকে মোক স্পষ্ট বিশ্লেষন দিয়ক।
- অসমীয়া
- অসমীয়া
- অসমীয়া
- অসমীয়া লেখক : ইক্ৰামূল হুচেইন সম্পাদনা : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
মাননীয় অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ ইকৰামূল হুচেইন ছাৰে সংকলন কৰা সঠিক পদ্ধতিত সহজ ছালাত শিক্ষা পুথিখনত কোৰআন আৰু ছহীহ হাদীছৰ আলোকত ছালাতৰ পদ্ধতি অতি সুন্দৰভাৱে উল্লেখ কৰা হৈছে। আশা কৰো অসমবাসী ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হ’ব।
- অসমীয়া লেখক : ছাঈদ বিন আলী বিন অহাফ আল কাহতানী সম্পাদনা : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
ছালাত আদায়ৰ পদ্ধতি: লেখকে এই পুথি সম্পৰ্কে কৈছে: “এই পুথিত মই তাকবীৰৰ পৰা আৰম্ভ কৰি ছালাম পৰ্যন্ত ছালাত আদায়ৰ সঠিক পদ্ধতি সংক্ষিপ্তভাৱে কোৰআন আৰু হাদিছৰ আলোকত বৰ্ণনা কৰিছো”।
- অসমীয়া লেখক : শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ লেখক : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
যাকাত আৰু ছওম সম্পৰ্কীয় পুস্তিকা দুটা শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহে ৰচনা কৰিছে, য’ত তেখেতে যাকাত আৰু ছিয়ামৰ মৌলিক বিষয়সমূহ অত্যন্ত সুন্দৰ আৰু সহজ-সৰল ভাষাত কোৰআন আৰু বিশুদ্ধ হাদীছৰ আধাৰত আলোচনা কৰিছে।
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট সম্পাদনা : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
এজন হিন্দু মানুহে সুধিছেঃ কোনটো ধৰ্ম উত্তম- হিন্দুধৰ্ম নে ইছলাম ধৰ্ম? আৰু কিয়? উক্ত প্ৰশ্নৰ উত্তৰ শ্বাইখ মুহাম্মদ ছলেহ আল-মুনাজ্জিদ হাফিজাহুল্লাহে প্ৰদান কৰিছে।
- অসমীয়া মুফতি : স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন (ছৌদি আৰব) অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
ভালপোৱা দিৱস সম্পৰ্কে ছৌদি আৰবৰ সৰ্বোচ্চ ওলামা পৰিষদৰ ফতোৱা
- অসমীয়া লেখক : মুহাম্মদ নাছিৰুদ্দিন আলবানী অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
জানাযাৰ মছলা মাছাইল আৰু তাৰ কিছুমান বিদআতঃ উক্ত কিতাপ খনত লেখকে জানাযাৰ মছলা মাছাইল সমূহ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিপিবদ্ধ কৰিছে। কিতাপ খন সকলোৰে বাবে উপকাৰী।
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
প্ৰশ্ন: মছজিদৰ ইমাম-মুৱাজ্জিন যদি আৰ্থিকভাৱে সচ্ছল নহয় তেনেহ’লে তেওঁলোকক যাকাতৰ পৰা এটা অংশ দিব পাৰিনে? উক্ত ফতোৱাত এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে।
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
প্ৰশ্ন: সম্পদৰ যাকাত নিচাব পৰিমাণ হোৱাৰ পৰা হিচাপ কৰা হ’ব? নে বছৰ পূৰ্ণ হোৱাৰ পিছত হিচাপ কৰা হ’ব? উক্ত ফতোৱাত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰা হৈছে।
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জন্ম আৰু মৃত্যুৰ তাৰিখ সম্পৰ্কে আলিমসকলৰ মাজত একাধিক অভিমত পোৱা যায়। সেয়ে এই ফতোৱাটোত সেই সকলো মত উল্লেখ কৰি অগ্ৰগণ্য মত পোষণ কৰা হৈছে।