- শ্ৰেণীবিন্যাস
- আল-কোৰআন আৰু ইয়াৰ বিভিন্ন জ্ঞান-শাস্ত্ৰ
- ছুন্নাহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- আক্বীদা
- তৌহীদ
- ইবাদত
- দাৱাহ আৰু ইছলামী সংস্কৃতি
- ঈমান
- আল্লাহৰ প্ৰতি ঈমান
- ফিৰিস্তাসকলৰ প্ৰতি ঈমান
- ঐশীপুথিসমূহৰ প্ৰতি ঈমান
- ৰাছুলসকলৰ প্ৰতি ঈমান
- ঈছা আৰু মৰিয়ম আলাইহিমাচ ছালাম
- নবীসকলৰ জীৱনী
- সপোন আৰু বেয়া সপোন
- মুহাম্মদ ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম
- নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ঈমান
- নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ অধিকাৰ আৰু তেখেতক সহযোগিতাৰ পদ্ধতি
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ প্ৰমাণ
- ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে বিভিন্ন সংশয়
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সম্পদ, সম্বল আৰু অস্ত্ৰপাতি
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৰা যুদ্ধসমূহ
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পানাহাৰ আৰু টোপনি
- নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে কিছুমান ন্যায় ভিত্তিক সাক্ষ্য
- ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত চালাত ও ছালাম
- ইছলামৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে বিভিন্ন আইটেমসমূহ
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সেৱক আৰু দাসসকল
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হিজৰত
- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গুণাৱলী
- ঈমানৰ বিভিন্ন মছলা মাছাইল
- ভাগ্যৰ প্ৰতি ঈমান
- আখিৰাতৰ প্ৰতি ঈমান
- ইহছান
- কুফৰ
- নিফাক্ব
- শ্বিৰ্ক
- বিদআত
- ছাহাবীসকল আৰু নবী পৰিয়াল
- অছিলা গ্ৰহণ
- অলী আৰু সিহঁতৰ কেৰামত
- জিন আৰু যাদু-টোনা
- জিন
- বন্ধুত্ব আৰু শত্ৰুতা (সম্পৰ্ক স্থাপন আৰু সম্পৰ্কচ্ছেদ)
- আহলে ছুন্নাত অল জামা‘আত
- বিভিন্ন ধৰ্মমত আৰু দ্বীন
- বিভিন্ন ফিৰ্কা, মতবাদ আৰু ধৰ্ম
- ইছলামৰ দাবীদাৰ বিভিন্ন ফিৰ্কা আৰু উপদল
- আধুনিক বুদ্ধিবৃত্তিক মতবাদসমূহ
- বিভিন্ন ফিৰ্কা, মতবাদ আৰু ধৰ্ম বিষয়ক পুথি
- আক্বীদাহ সম্পৰ্কীয় কিতাবসমূহ
- ফিকহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- ইবাদতৰ ফিকহ
- তাহাৰাত বা পৱিত্ৰতা
- ছালাত
- ছালাতৰ বিধান
- আজান আৰু ইকামাত
- পাঁচ ওৱাক্ত ছালাতৰ সময়
- ছালাতৰ চৰ্তসমূহ
- ছালাতৰ আৰকান
- ছালাতৰ ওৱাজিব সমূহ
- ছালাতৰ ছুন্নতসমূহ
- ছালাতৰ পদ্ধতি
- ফৰজ ছালাত সমূহৰ পিছত পঢ়িবলগীয়া দুআ সমূহ
- ছালাত বিনষ্টকাৰী বিষয়সমূহ
- জামাতৰ ছালাত
- ছাহু ছাজদা, তিলাৱাত আৰু ছুকৰিয়া (কৃতজ্ঞতা)ৰ ছাজদা
- তিলাৱাতৰ ছাজদাহ
- কৃতজ্ঞতা বা শ্বুকৰিয়াৰ ছাজদাহ
- ছালাতত ইমাম, মুক্তাদী আৰু কিৰাআত
- ওজৰ থকা ব্যক্তিৰ ছালাত
- জুমআৰ দিন আৰু এই সংক্ৰান্ত বিষয়
- নফল ছালাত আৰু তাৰাবীহ
- জানাযা
- জাকাত
- চিয়াম
- হজ্জ আৰু ওমৰাহ
- ফিকহুল মু‘আমালাত বা অৰ্থনৈতিক লেন-দেন বিষয়ক ফিকহ
- শপথ আৰু মান্নত
- পৰিয়াল বিষয়ক ফিকহ
- বিবাহৰ প্ৰস্তাৱ আৰু বিবাহ-পূৰ্ব বিষয়াদি
- তালাক বা বিবাহ বিচ্ছেদ
- ৰাজ‘আহ বা স্ত্ৰীক উভতাই লোৱা
- খুলা
- ঈলা
- জিহাৰ
- লিআন
- ইদ্দত
- দুগ্ধ পান
- সন্তান-পালন, দুগ্ধপান কৰোৱা, ইদ্দত আৰু খুলা‘ বিচ্ছেদ
- খৰচ ও ব্যয়
- পোছাক-পৰিচ্ছদ আৰু সৌন্দৰ্য
- খেল ধেমালী আৰু বিনোদন
- মুছলিম সমাজ
- মহিলা সম্পৰ্কিত বিষয়
- শিশুসকলৰ বিষয়ে
- যুৱকসকলৰ লগত সংশ্লিষ্ট বিভিন্ন বিষয়
- চিকিৎসা, ঔষুধ আৰু চৰিয়ত অনুমোদিত জৰা-ফুঁকা
- খোৱা লোৱা আৰু পান কৰাৰ বিধান
- অপৰাধসমূহ
- হুদূদ/চৰিয়ত নিৰ্ধাৰিত শাস্তি
- মীমাংসা আৰু বিচাৰিক ফিকহ
- জিহাদ
- সম-সাময়িক বিষয়ৰ ফিকহ
- সংখ্যালঘু মুছলিম বিষয়ক ফিকহ - ফিকহুল আকাল্লিয়াত
- নৱমুছলিমৰ বাবে নিৰ্বাচিত বিষয়
- ইছলামী ৰাজনীতি
- ফিকহী মজহাবসমূহ
- ফতোৱা
- উছুলুল ফিকহ (ফিকাহ শাস্ত্ৰৰ মৌলিক নীতি)
- ফিকাহ সম্পৰ্কীয় কিতাবসমূহ
- ইবাদতৰ ফিকহ
- ইছলামিক জ্ঞানৰ মূল পাঠসমূহ
- সৎকৰ্ম আৰু আনুগত্যৰ ফজিলত আৰু ইয়াৰ লগত সংশ্লিষ্ট বিষয়াদি
- জ্ঞান
- ইখলাছ বা নিষ্ঠা
- ইবাদতৰ ফজিলতসমূহ
- উত্তম চৰিত্ৰৰ ফজিলতসমূহ
- পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ আৰু আত্মীয়তাৰ সম্পৰ্ক বজায় ৰখা
- কোৰআনে কাৰীমৰ ফজিলত
- ছাহাবাসকলৰ কাহিনী (ফজিলত)
- আদব-আখলাক আৰু ওৱাজ-নছীহত
- কথাৰ নিয়মাৱলী
- ভ্ৰমনৰ আদবসমূহ
- বেমাৰীৰ শুশ্ৰুষা কৰাৰ আদব সমূহ
- কাপোৰ পৰিধান কৰাৰ আদবসমূহ
- মছজিদৰ আদবসমূহ বা নিয়ম-নীতি
- সাক্ষাৎ আৰু অনুমতি বিচৰাৰ আদবসমূহ
- হামি কঢ়াৰ শিষ্টাচাৰ
- সাক্ষাতৰ শিষ্টাচাৰ
- বজাৰৰ শিষ্টাচাৰ
- অতিথি সেৱাৰ শিষ্টাচাৰ
- বাট-পথ আৰু বজাৰৰ আদবসমূহ
- আহাৰ গ্ৰহণ কৰা আৰু পান কৰাৰ আদবসমূহ
- হাঁচিৰ আদবসমূহ
- টোপনী যোৱা আৰু টোপনীৰ পৰা সাৰ পোৱাৰ আদবসমূহ
- ইছলামী আদব বা শিষ্টাচাৰ
- সপোনৰ আদবসমূহ
- আত্মাৰ পৰিশুদ্ধিতা, উপদেশ আৰু অন্তৰ-কোমলকাৰী বিষয়
- দুআসমূহ
- দাৱাহ আৰু দা‘ঈ
- নফল আমল
- ইছলামৰ প্ৰতি আহ্বান
- ইছলামৰ পৰিচয়
- মানৱতাৰ প্ৰয়োজনত ইছলাম
- ইছলামৰ সৌন্দৰ্য
- ইছলামী দৃষ্টিকোণত সংযম বনাম সন্ত্ৰাসবাদ
- দ্বীনে ইছলামীৰ ব্যাপকতা
- ইছলামত মানুহ আৰু প্ৰাণীৰ অধিকাৰ
- ইছলামত জীৱ-জন্তুৰ অধিকাৰ
- অমুছলিমসকলক ইছলামৰ প্ৰতি আহ্বান
- সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধকৰণ
- কেনেকৈ ইছলাম গ্ৰহণ কৰিব?
- কিয় ইছলাম গ্ৰহণ কৰিলে??? (নৱমুছলিমসকলৰ কাহিনী)
- ইছলাম সম্পৰ্কে বিভিন্ন সংশয়
- ইছলাম সম্পৰ্কে নিৰপেক্ষ সাক্ষ্য
- আল্লাহৰ পথত দা‘ৱাত প্ৰদানকাৰী/দা‘ঈসকলৰ জীৱনী
- ইছলামী দা‘ৱাতৰ বাস্তৱতা
- Issues That Muslims Need to Know
- আৰবী ভাষা
- ইতিহাস
- ইছলামিক সংস্কৃতি
- পৰ্যায়ক্ৰমিক উপলক্ষ্য
- সমসাময়িক জীৱন আৰু মুছলিমসকলৰ অৱস্থা
- শিক্ষা আৰু বিদ্যালয়
- গণমাধ্যম আৰু সাংবাদিকতা
- প্ৰেছ আৰু বৈজ্ঞানিক সন্মিলন
- যোগাযোগ আৰু ইণ্টাৰনেট
- ইছলামিক সভ্যতা
- প্ৰাচ্যবাদ আৰু প্ৰাচ্যবিদ
- মুছলিমসকলৰ দৃষ্টিত বিজ্ঞান
- ইছলামিক ছিষ্টেম
- ৱেবছাইটৰ প্ৰতিযোগিতা
- বিভিন্ন এপ্পচ আৰু প্ৰোগ্ৰাম
- লিংকসমূহ
- পৰিচালনা
- Curriculums
- জুমআৰ খুতবাসমূহ
আক্বীদা
উপাদানৰ সংখ্যা: 80
- অসমীয়া লেখক : আব্দুৰ ৰাজ্জাক্ব বিন আব্দুল মুহছিন আল-আব্বাদ আল-বদৰ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
উক্ত পুস্তিকাত আটাইতকৈ বৰকতময়, মহান, শ্ৰেষ্ঠ আৰু কল্যাণকৰ কলিমা ‘লা-ইলা-হা ইল্লাল্লাহ’ৰ ফজীলত, বক্তব্য, চৰ্ত আৰু পৰিপন্থী বিষয়ক অতি জৰুৰী কিছুমান কথা অন্তৰ্ভূক্ত কৰা হৈছে। আশা কৰো পাঠকবৰ্গই ইয়াৰ দ্বাৰা উপকৃত হ’ব।
- অসমীয়া লেখক : আব্দুৰ ৰহমান বিন নাছিৰ আচ-চাদী অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এই পুস্তিকাটোত ঈমান আৰু আক্বীদা সম্পৰ্কিত অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ কৰ্তব্য। সেয়ে প্ৰশ্ন উত্তৰ আকাৰত প্ৰস্তুত কৰা হৈছে যাতে বুজাত সহজ হয়।
- অসমীয়া লেখক : শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এই পুস্তিকাটোত দ্বীনৰ পৰিপূৰ্ণতা আৰু নিখুঁত হোৱা আৰু বিদ‘আতীসকলৰ বিভিন্ন আপত্তি লগতে সিহঁতৰ বিভিন্ন যুক্তিৰ উত্তৰ কোৰআন আৰু ছুন্নাহৰ আলোকত অতি সুন্দৰভাৱে দাঙি ধৰা হৈছে। ইয়াৰ বাহিৰে পুস্তিকাটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ইত্তেবা বা অনুকৰণ সাব্যস্ত হোৱাৰ বাবে যিবোৰ বিষয় প্ৰয়োজনীয় সেইবোৰ সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে।
- অসমীয়া লেখক : আব্দুল আজীজ বিন দাউদ আল ফায়েজ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এইটো শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ ৰাহিমাহুল্লাহ লিখিত এটা গুৰুত্বপূৰ্ণ পুস্তিকা ‘আদ-দুৰুছুল মুহিম্মাহ লি আম্মাতিল উম্মাহ’-ৰ ব্যাখ্যাগ্ৰন্থ। ইয়াত তেখেতে মুছলিম উম্মাহৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ যেনে, ঈমান আৰু ইয়াৰ নীতিমালা, ইছলাম আৰু ইয়াৰ ৰুকনসমূহ আলোচনা কৰিছে। ফলত ইয়াত স্থান পাইছে তৌহীদ আৰু ইয়াৰ প্ৰকাৰসমূহ, শ্বিৰ্ক আৰু ইয়াৰ প্ৰকাৰ, ছালাত আৰু তাৰ আহকামসমূহ, আখলাক আৰু শিষ্টাচাৰ।ব্যাখ্যা কৰিছে শ্বাইখ আব্দুল আজীজ বিন দাউদ আল-ফায়েজ।
- অসমীয়া লেখক : শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা নামৰ উক্ত কিতাপখন শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমান ৰাহিমাহুল্লাহ ৰচিত। ইয়াত তেখেতে ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা চৰিয়তি প্ৰমানাদি আৰু যুক্তিৰে অতি স্পষ্টকৈ লিপিবদ্ধ কৰিছে। কিতাপখন প্ৰত্যেকৰে বাবে উপকাৰী।
- অসমীয়া
সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ ওপৰত ভিত্তি কৰি সংঘটিত হ’ব, যদি আকীদা অশুদ্ধ হয়, তেতিয়া তাৰ ওপৰত ভিত্তি কৰি কৰা যাৱতীয় আমল বাতিল হ’ব।
- অসমীয়া লেখক : শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা: পুথিটোত আল্লাহ্ৰ তাওহীদ; ফিৰিস্তা সকল, ঐশী পুথি, ৰাছুল সকল, আখিৰাত বা পৰকাল আৰু তাকদীৰৰ প্ৰতি ঈমান অনাৰ ক্ষেত্রত আহলে ছুন্নাত ওৱাল জামা‘আতৰ আক্বিদা-বিশ্বাস বৰ্ণনা কৰা হৈছে।
- অসমীয়া
- অসমীয়া লেখক : ছলেহ ইবনে ফাওজান আল-ফাওজান অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
‘লা ইলা-হা ইল্লাল্লাহ’ — আল্লাহৰ বাহিৰে আন কোনো সত্য মাবুদ বা উপাস্য নাই। এইটো ইছলামৰ চূড়ান্ত কলিমা, মানৱ জীৱনৰ পৰম বাক্য। এই সৰু কিন্তু মূল্যবান পুস্তিকাত এই বাক্যৰ মৰ্যাদা, ফজীলত, স্তম্ভ বা ৰুকন, চৰ্ত, অৰ্থ, চাহিদা বা দাবী, উপকাৰিতা আৰু প্ৰভাৱ আলোচিত হৈছে।
- অসমীয়া লেখক : মুহাম্মদ বিন আব্দুল ওৱাহ্হাব অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
উক্ত প্ৰৱন্ধটোত ইছলাম বিনষ্টকাৰী দহটা বিষয় সংক্ষিপ্তভাৱে বৰ্ণনা কৰা হৈছে, যিবোৰ জনা প্ৰত্যেকজন মুছলিমৰ বাবে অপৰিহাৰ্য।
- অসমীয়া লেখক : ছলেহ ইবনে ফাওজান আল-ফাওজান অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
বিদআত যিহেতু এটা ভয়াৱহ বিজানু, সেয়ে ইয়াৰ পৰা দুৰৈত থকা প্ৰত্যেকজন মুমিনৰ কৰ্তব্য।উক্ত প্ৰৱন্ধটোত বিদ‘আতৰ সংজ্ঞা, প্ৰকাৰভেদ আৰু আহকাম বৰ্ণনা কৰা হৈছে।
- অসমীয়া
- অসমীয়া লেখক : আমীন ইবন আব্দুল্লাহ আশ্ব -শ্বাকাৱী সম্পাদনা : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
বৰ্তমান সময়ত গোটেই বিশ্বত, আনকি মুছলিমসকলৰ মাজতো ইছলামক ব্যঙ্গ-বিদ্ৰূপ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। অথচ এইটো এটা ভয়ঙ্কৰ অপৰাধ, যিয়ে ব্যক্তিক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে আৰু জাহান্নামক তাৰ ঠিকনা বনাই দিয়ে। এই প্ৰৱন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত ইছলাম লৈ কৰা বিদ্ৰূপৰ ভয়াৱহ পৰিণতি সম্পৰ্কে আলোচনা কৰা হৈছে।
- অসমীয়া লেখক : শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
উক্ত পুস্তিকাটোত কোৰআন আৰু ছহীহ হাদীছ দৃঢ়তাৰে ধাৰণ কৰা আৰু বিদআত পৰিহাৰ কৰা বিষয়টো দাঙি ধৰা হৈছে।
- অসমীয়া লেখক : আদিল বিন আলী আশ্ব-শ্বিদ্দী সম্পাদনা : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
লিখকে এই প্ৰৱন্ধত অতি সংক্ষেপে বিশ্ব মানৱতাৰ প্ৰতি মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কিছুমান অৱদান ১০ টা পয়েন্টত আলোচনা কৰিছে।
- অসমীয়া লেখক : নাজী বিন ইব্ৰাহীম আল-আৰফাজ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এটা বাৰ্তা মাথোন। এই পুস্তিকাত তাওহীদৰ অভিন্ন বাৰ্তা সম্পৰ্কে আলোচনা কৰা হৈছে, যিটো সকলো নবী আৰু ৰাছুলে প্ৰচাৰ কৰিছে, সেই আদম আলাইহিচ ছালামৰ পৰা আদি কৰি আমাৰ প্ৰিয় নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম পৰ্যন্ত। এই পুথিৰ বিশেষ এটা বৈশিষ্ট্য হৈছে, বৰ্তমান ইয়াহূদী আৰু খ্ৰীস্টানসকলৰ হাতত থকা বাইবেল (ৱল্ড টেস্টামেন্ট আৰু নিউ টেস্টামেন্ট)-ৰ আলোকত আল্লাহৰ তাওহীদ প্ৰমাণ কৰা হৈছে।
- অসমীয়া
- অসমীয়া অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ ওপৰত ভিত্তি কৰি সংঘটিত হ’ব, যদি আকীদা অশুদ্ধ হয়, তেতিয়া তাৰ ওপৰত ভিত্তি কৰি কৰা যাৱতীয় আমল বাতিল হ’ব।
- আকানি
- অসমীয়া
Follow us: