উপাদানৰ সংখ্যা: 11
PDF 1 / 5 / 1437 , 10/2/2016
ভালপোৱা দিৱস সম্পৰ্কে ছৌদি আৰবৰ সৰ্বোচ্চ ওলামা পৰিষদৰ ফতোৱা
PDF 23 / 12 / 1437 , 26/9/2016
প্ৰশ্ন: মুহৰ্ৰম মাহত অধিক ৰোজা ৰখা ছুন্নত নে? আন আন মাহৰ ওপৰত এই মাহৰ কোনো বিশেষত্ব আছে নেকি? উক্ত প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে (আল-ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট কৰ্তৃপক্ষই)
প্ৰশ্ন: মোৰ ওপৰত ৰমজানৰ কাযা ৰোজা আছে। মই আশ্বুৰাৰ ৰোজা ৰাখিব বিচাৰো। এতেকে মোৰ বাবে ৰমজানৰ ৰোজা কাযা পালন কৰাৰ আগতে আশ্বুৰাৰ ৰোজা ৰখা জায়েয হ’বনে? মুহৰ্ৰম মাহৰ ১০ তাৰিখ আৰু ১১ তাৰিখে ৰমজানৰ কাযা ৰোজাৰ নিয়ত কৰি ৰোজা ৰাখিলে আশ্বুৰাৰ ৰোজাৰ ছোৱাব মই পামনে? উক্ত প্ৰশ্ন উত্তৰ প্ৰদান কৰিছে (আল-ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট)
উক্ত ফতোৱাটোত এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। প্ৰশ্ন: মই শুনিছো আশ্বুৰাৰ ৰোজাই বিগত বছৰৰ গুনাহ মোচন কৰি দিয়ে- এইটো সঁচা নে? সকলো গুনাহ মোচন কৰেনে; কবিৰা গুনাহো মোচন কৰে নেকি? এই দিনৰ ইমান ডাঙৰ মৰ্যদাৰ কাৰণ কি?
PDF 3 / 7 / 1437 , 11/4/2016
ৰজব মাহত ছিয়াম পালন কৰা সম্পৰ্কে শ্বাইখ ছলেহ আল মুনাজ্জিদ হাফিজাহুল্লাহৰ দ্বাৰা পৰিচালিত ৱেব ছাইট আল ইছলাম প্ৰশ্ন উত্তৰৰ পৰা ফতোৱাটোৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ’ল।
উক্ত প্ৰৱন্ধত কোৰআন হাদীছৰ দৃষ্টিত ভালপোৱা আৰু বিশ্ব ভালপোৱা দিৱসৰ বিশ্লেষণ কৰা হৈছে লগতে বিশ্ব ভালপোৱা দিৱসৰ কিছু আঁৰৰ কথা দাঙি ধৰি ইয়াক পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে।
PDF 25 / 2 / 1437 , 8/12/2015
উৎসৱ পালন জাতি-ধৰ্ম নিৰ্বিশেষে এটা সামগ্ৰিক ফিনমিনন। মুছলিম উম্মাহৰ ঈদৰ সৈতে আকিদা-বিশ্বাস আৰু জীৱনাদৰ্শ সংমিশ্ৰিত, আৰু ই সকলো বিজাতীয় উৎসৱৰ পৰা সম্পূৰ্ণ ভিন্ন। সেয়ে বিজাতীয় কোনো উৎসৱত মুছলিমে অংশ গ্ৰহণ কৰা বৈধ নহয়। উক্ত প্ৰৱন্ধটোত সেই বিষয়ে আলোচনা কৰা হৈছে।
MP3 7 / 11 / 1436 , 22/8/2015
এই ভাষনত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।
PDF 7 / 11 / 1436 , 22/8/2015
এই প্ৰবন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।
MP3 1 / 7 / 1436 , 20/4/2015
ৰজব মাহ সম্পৰ্কে জ্ঞাতব্যঃ পৱিত্ৰ মাহ সমূহৰ বৰ গুৰুত্ব আহিছে। সেই পৱিত্ৰ মাহ সমূহৰ মাজতে এটা হৈছে ৰজব মাহ। গতিকে পাপ কৰ্ম আৰু প্ৰচলিত বিদআত বৰ্জন কৰি এই মাহৰ পৱিত্ৰতা ৰক্ষা কৰা প্ৰত্যেকৰে দায়িত্ব। এই প্ৰৱন্ধত সেই বিষয়টোকে উল্লেখ কৰা হৈছে।
PDF 29 / 6 / 1436 , 19/4/2015
Follow us: