عدد العناصر: 122
مؤلف, 3 / 11 / 1435 , 29/8/2014 عدد العناصر : 1
সদস্য আল জাময়িয়্যাহ আল ইলমিয়্যাহ আচ-ছুউদিয়্যাহ লিল কোৰআনিল কাৰীম অ-উলুমীহি। আৰু আল-আমীৰঃ আব্দুল্লাহ বিন মুহাম্মদ জামে মাছজিদৰ ইমাম (ৰিয়াজ ছৌদি আৰব)
মিছৰী ক্বাৰী, তেওঁ এজন ইমাম আৰু খাতিব মাছজিদে আৰ-ৰীম দুবাই
مؤلف, 4 / 11 / 1435 , 30/8/2014 عدد العناصر : 1
বছনিয়ান বংশোদ্ভূত এজন ক্বাৰী, বৰ্তমান ক্ৰোয়েচিয়াৰ যাগৰিবৰ এক জামে মছজিদৰ ইমাম
مؤلف, 5 / 11 / 1435 , 31/8/2014 عدد العناصر : 1
১৩৮২ হিজৰীত মদীনাত তেখতৰ জন্ম। ১৪১২ হিজৰীত তেখেতে ইছলামী বিশ্ববিদ্যালয় মদীনা ছৌদী আৰবৰ পৰা তফছীৰ বিভাগত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে। ১৪৩২ হিজৰীৰ ৰমজান মাহত মছজিদে নবৱীৰ তাৰাবীহৰ ইমাম হিচাপে নিয়োগপ্ৰাপ্ত হয়।
কুয়েটৰ এজন বিখ্যাত কাৰী। ১৯৬৯ চনত তেখতৰ জন্ম।
কুয়েটৰ এজন কাৰী
১৯৮২ চনত জন্ম। ছুডানত তেওঁৰ বাসস্থান।
مؤلف, 6 / 11 / 1435 , 1/9/2014 عدد العناصر : 1
সোমবাৰ ১ ফেব্ৰুৱাৰী ১৯১৫ চনত জন্ম। সোমবাৰ ১৩ চেপ্টেম্বৰ ১৯৮২ চনত মৃত্যুবৰণ কৰে।
মিছৰী ক্বাৰী
مؤلف, 26 / 11 / 1435 , 21/9/2014 عدد العناصر : 1
ফিলিস্তিনত (পেলিষ্টাইনত) জন্মগ্রহণ কৰে। বৰ্তমান জৰ্ডানত বাদশ্বাহ আব্দুল্লাহ মছজিদৰ ইমাম হিচাপে কাম কৰি আছে।
লিবাননত জন্ম। আৰবী ভাষাবিদ আলিম। বিভিন্ন দেশত শিক্ষকতা কৰিছে। বৰ্তমান মালয়ছিয়ান ইন্টাৰন্যাশনাল ইছলামিক ইউনিভাৰ্ছিটীত অধ্যাপক হিচাপে কাম কৰি আছে।