ছালাতুল মুমিন, তাকবীৰৰ পৰ তাছলীমলৈ ছালাতৰ নিয়ম-পদ্ধতিৰ বিৱৰণ

চমু বিৱৰণ

ছালাত আদায়ৰ পদ্ধতি: লেখকে এই পুথি সম্পৰ্কে কৈছে: “এই পুথিত মই তাকবীৰৰ পৰা আৰম্ভ কৰি ছালাম পৰ্যন্ত ছালাত আদায়ৰ সঠিক পদ্ধতি সংক্ষিপ্তভাৱে কোৰআন আৰু হাদিছৰ আলোকত বৰ্ণনা কৰিছো”।

Download
ৱেব মাস্টাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰক