চমু বিৱৰণ

মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল শেষ নবী আৰু ৰাছুল। তেওঁ প্ৰেৰিত হৈছিল বিশ্ববাসীৰ বাবে আদৰ্শ আৰু ৰহমত হিচাপে। তেখেতৰ আবিৰ্ভাৱৰ সময়ৰ পৰা কিয়ামত পৰ্যন্ত বিশ্বাস আৰু আচৰণৰ সকলো ক্ষেত্ৰত একমাত্র তেখেতকেই অনুসৰণ কৰিব লাগিব। এই প্ৰৱন্ধটো এইবোৰ বিষয়ক কেন্দ্ৰ কৰি লিখা হৈছে ।

আপোনাৰ মতামত আমাৰ বাবে গুৰুত্বপূৰ্ণ