ইল্মী বিভাগ

معلومات المواد باللغة العربية

তৌহীদ

উপাদানৰ সংখ্যা: 2

  • অসমীয়া

    MP3

    তৌহীদ আৰু ইয়াৰ প্ৰকাৰ সমূহ। ভাই ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমানে দৰং জিলাৰ হিৰাপাৰাত অনুষ্ঠিত ইছলামিক চেমিনাৰত প্ৰদান কৰা এটা ভাষণ। ইয়াত তেখেতে তৌহীদৰ প্ৰকাৰ সমূহ আৰু ইয়াৰ চমু ব্যখ্যা দাঙি ধৰিছে।

  • অসমীয়া

    MP3

    সঠিক ধৰ্ম বিশ্বাস আৰু ইয়াৰ পৰিপন্থী বিষয়। এইটো আল্লামা শ্বাইখ আব্দুল আজীজ ইবন বাজ ৰাহিমাহুল্লাহৰ এটা ভাষণ, য’ত তেখেতে আহলে ছুন্নাত অল জামা‘আতৰ মৌলিক আকীদা-বিশ্বাস দাঙি ধৰিছে। কাৰণ, কোৰআন আৰু ছুন্নাহৰ পৰা এই কথা স্পষ্ট হয় যে, কোনো কথা ও কৰ্ম তেতিয়াই শুদ্ধ ও গ্রহণযোগ্য হ’ব যেতিয়া সেইটো ছহীহ আকীদাৰ ওপৰত ভিত্তি কৰি সংঘটিত হ’ব, যদি আকীদা অশুদ্ধ হয়, তেতিয়া তাৰ ওপৰত ভিত্তি কৰি কৰা যাৱতীয় আমল বাতিল হ’ব।