- আল-কোৰআন আৰু ইয়াৰ বিভিন্ন জ্ঞান-শাস্ত্ৰ
- ছুন্নাহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- আক্বীদা
- তৌহীদ
- ইবাদত
- দাৱাহ আৰু ইছলামী সংস্কৃতি
- ঈমান
- ঈমানৰ বিভিন্ন মছলা মাছাইল
- ইহছান
- কুফৰ
- নিফাক্ব
- শ্বিৰ্ক
- বিদআত
- ছাহাবীসকল আৰু নবী পৰিয়াল
- অছিলা গ্ৰহণ
- অলী আৰু সিহঁতৰ কেৰামত
- জিন
- বন্ধুত্ব আৰু শত্ৰুতা (সম্পৰ্ক স্থাপন আৰু সম্পৰ্কচ্ছেদ)
- আহলে ছুন্নাত অল জামা‘আত
- বিভিন্ন ধৰ্মমত আৰু দ্বীন
- বিভিন্ন ফিৰ্কা, মতবাদ আৰু ধৰ্ম
- ইছলামৰ দাবীদাৰ বিভিন্ন ফিৰ্কা আৰু উপদল
- আধুনিক বুদ্ধিবৃত্তিক মতবাদসমূহ
- ফিকহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- ইবাদতৰ ফিকহ
- ফিকহুল মু‘আমালাত বা অৰ্থনৈতিক লেন-দেন বিষয়ক ফিকহ
- শপথ আৰু মান্নত
- পৰিয়াল বিষয়ক ফিকহ
- চিকিৎসা, ঔষুধ আৰু চৰিয়ত অনুমোদিত জৰা-ফুঁকা
- খোৱা লোৱা আৰু পান কৰাৰ বিধান
- অপৰাধসমূহ
- মীমাংসা আৰু বিচাৰিক ফিকহ
- জিহাদ
- সম-সাময়িক বিষয়ৰ ফিকহ
- সংখ্যালঘু মুছলিম বিষয়ক ফিকহ - ফিকহুল আকাল্লিয়াত
- ইছলামী ৰাজনীতি
- ফিকহী মজহাবসমূহ
- ফতোৱা
- উছুলুল ফিকহ (ফিকাহ শাস্ত্ৰৰ মৌলিক নীতি)
- ফিকাহ সম্পৰ্কীয় কিতাবসমূহ
- সৎকৰ্ম আৰু আনুগত্যৰ ফজিলত আৰু ইয়াৰ লগত সংশ্লিষ্ট বিষয়াদি
- ইবাদতৰ ফজিলতসমূহ
- উত্তম চৰিত্ৰৰ ফজিলতসমূহ
- আদব-আখলাক আৰু ওৱাজ-নছীহত
- ইছলামী আদব বা শিষ্টাচাৰ
- বাট-পথ আৰু বজাৰৰ আদবসমূহ
- আহাৰ গ্ৰহণ কৰা আৰু পান কৰাৰ আদবসমূহ
- অতিথি সেৱাৰ শিষ্টাচাৰ
- সাক্ষাতৰ শিষ্টাচাৰ
- হাঁচিৰ আদবসমূহ
- বজাৰৰ শিষ্টাচাৰ
- হামি কঢ়াৰ শিষ্টাচাৰ
- সাক্ষাৎ আৰু অনুমতি বিচৰাৰ আদবসমূহ
- কাপোৰ পৰিধান কৰাৰ আদবসমূহ
- বেমাৰীৰ শুশ্ৰুষা কৰাৰ আদব সমূহ
- টোপনী যোৱা আৰু টোপনীৰ পৰা সাৰ পোৱাৰ আদবসমূহ
- সপোন আৰু বেয়া সপোন
- কথাৰ নিয়মাৱলী
- ভ্ৰমনৰ আদবসমূহ
- মছজিদৰ আদবসমূহ বা নিয়ম-নীতি
- সপোনৰ আদবসমূহ
- দুআসমূহ
- আৰবী ভাষা
- ইছলামৰ প্ৰতি আহ্বান
- মুছলিমৰ বাবে আৱশ্যকীয় জ্ঞান
- আত্মাৰ পৰিশুদ্ধিতা, উপদেশ আৰু অন্তৰ-কোমলকাৰী বিষয়
- সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধকৰণ
- ইছলামী দা‘ৱাতৰ বাস্তৱতা
ফিকহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
উপাদানৰ সংখ্যা: 38
- প্ৰথম পৃষ্ঠা
- প্ৰদৰ্শন ভাষা : অসমীয়া
- কন্টেন্টৰ ভাষা : অসমীয়া
- ফিকহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
উক্ত ফতোৱাটোত এই প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। প্ৰশ্ন: মই শুনিছো আশ্বুৰাৰ ৰোজাই বিগত বছৰৰ গুনাহ মোচন কৰি দিয়ে- এইটো সঁচা নে? সকলো গুনাহ মোচন কৰেনে; কবিৰা গুনাহো মোচন কৰে নেকি? এই দিনৰ ইমান ডাঙৰ মৰ্যদাৰ কাৰণ কি?
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
উক্ত ফতোৱাত মকবুল হজ্জৰ কিছুমান বিধি-বিধান উল্লেখ কৰা হৈছে যিবোৰ পালন কৰিলে এজন মুছলিম ব্যক্তিৰ হজ্জ সফল হ’ব ইন শ্বা আল্লাহ।
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
হাজী চাহেবৰ বাবে জুলহিজ্জা মাহৰ ১২ তাৰিখে পোৱাৰ ভাগত বিদায়ী তাৱাফ কৰা আৰু তাৰ পিছত মীনাত উভতি আহি শিল গুটি দলিয়াই নিজ দেশৰ উদ্দেশ্যে ভ্ৰমণ কৰা জায়েয হ’বনে?
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
এনে ব্যক্তি যিয়ে হজ্জ কৰিব বিচাৰে কিন্তু হজ্জৰ কাৰ্যাৱলী সম্পৰ্কে অৱগত নহয় তাৰ কৰণীয় কি এই বিষয়ে আলোচনা কৰা হৈছে
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
এজন মৃত ব্যক্তিৰ ফালৰ পৰা একেই সময়ত দুজন ব্যক্তিৰ ওমৰাহ আদায় কৰা জায়েয হ’বনে নাই সেই বিষয়ে ফতোৱা প্ৰদান কৰা হৈছে।
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
হাজীসকলে যদি আয়্যামে তাশ্বৰিকৰ তিনি ৰাতি মীনাত অতিবাহিত নকৰে তাক হুকুম কি? অথবা কোনোবাই যদি ভুলবশতঃ ৰাতি অতিবাহিত কৰিব পৰা নাই তাৰ বিধান কি?
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
মুআজ্জিনে আজান দি থকা অৱস্থাত স্ত্ৰী সহবাস কৰিছে, সেই ব্যক্তিৰ ছওম ভঙ্গ হ’বনে? এই বিষয়ে ফতোৱা প্ৰদান কৰিছে ইছলাম প্ৰশ্ন উত্তৰ বেৱছাইট কৰ্তৃপক্ষই।
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
বীৰ্যপাত নকৰাকৈ কেৱল হস্তমৈথুনৰ কাৰণে ছওম ভঙ্গ হ’বনে? এই বিষয়ে ফতোৱা প্ৰদান কৰিছে ইছলাম প্ৰশ্ন উত্তৰ বেৱছাইট কৰ্তৃপক্ষই।
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
উক্ত ফতোৱাত কবিৰা গুনাহ কৰিলে ছওম নষ্ট হ’বনে নাই সেই বিষয়টো স্পষ্ট কৰা হৈছে।
- অসমীয়া মুফতি : ইছলাম প্ৰশ্ন আৰু উত্তৰ ৱেবছাইট অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
ৰজব মাহত ছিয়াম পালন কৰা সম্পৰ্কে শ্বাইখ ছলেহ আল মুনাজ্জিদ হাফিজাহুল্লাহৰ দ্বাৰা পৰিচালিত ৱেব ছাইট আল ইছলাম প্ৰশ্ন উত্তৰৰ পৰা ফতোৱাটোৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ’ল।
- অসমীয়া ডিজাইনাৰ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এইখন পাঁচ ওৱাক্ত ছালাতৰ সঠিক সময় তালিকা গুৱাটীৰ বাবে। আন আন জিলাসমূহৰ বাবে তলত উল্লেখ কৰা হৈছে ক’ত কিমান আগত আৰু পিছত সেই অনুযায়ী সঠিক সময় নিৰ্ধাৰণ কৰিব পাৰিব। যিকোনো ব্যক্তিয়ে ইয়াক ছপা কৰি মছজিদসমূহত দান কৰিব পাৰে। আল্লাহে ইয়াৰ প্ৰস্তুতকাৰীক আৰু মুদ্ৰণকাৰীক উত্তম প্ৰতিদান দিয়ক। আমীন।
- অসমীয়া লেখক : মাদাৰুল ৱাতান, শিক্ষা বিভাগ সম্পাদনা : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
এই প্ৰৱন্ধত বাস্তৱতা আৰু অভিজ্ঞতাৰ আলোকত ইন্টাৰনেটৰ অপব্যৱহাৰ সম্পৰ্কে সতৰ্ক কৰা হৈছে আৰু ইয়াৰ নানাবিধ নেতিবাচক দিশসমূহ দাঙি ধৰা হৈছে। লগতে ইয়াৰ সঠিক ব্যৱহাৰ সম্পৰ্কে মুছলিম যুৱক-যুৱতীসকলক অনুপ্ৰেৰণা দিয়া হৈছে।
- অসমীয়া ডিজাইনাৰ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
এইটো এখন পামফ্লেট, যত ওমৰাৰ আৰকান, কৰণীয় আৰু তাৰ বিধান সহজ-সৰলভাৱে বৰ্ণনা কৰা হৈছে।
- অসমীয়া ডিজাইনাৰ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এইটো এখন পামফ্লেট, যত হজ্জৰ আৰকান, কৰণীয় আৰু তাৰ বিধান সহজ-সৰলভাৱে বৰ্ণনা কৰা হৈছে।
- অসমীয়া অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
এই ভাষনত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।
- অসমীয়া লেখক : আলী হাছান তৈয়ব অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এই প্ৰবন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত যুলহিজ্জা মাহৰ প্ৰথম দহকৰ ফজিলত, আৰু ইয়াত কৰিবলগীয়া আমলসমূহ আলোচনা কৰা হৈছে।
- অসমীয়া লেখক : আলী হাছান তৈয়ব অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এই প্ৰতিবেদনত পৃথিৱীৰ সকলো ধৰ্মৰ নাৰী সকলৰ প্ৰতি পৰ্দাৰ বিষয়টো সুস্থ বিবেকেৰে সুবিবেচনা কৰিবলৈ আহ্বান জনোৱা হৈছে।
- অসমীয়া মুফতি : স্থায়ী কমিটী গৱেষনা, ফতোৱা, দাওৱা, আৰু প্ৰচাৰ প্ৰসাশন (ছৌদি আৰব) অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যাক্তিলৈ প্ৰেৰণ কৰা সম্পৰ্কে তিনিটা ফতোৱা। ১) জীৱিত ব্যক্তিৰ তিলাৱাত বা ইচালে ছোৱাবৰ দ্বাৰা মৃত ব্যক্তি উপকৃত হয়নে? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম কবৰৰ ওচৰেদি যোৱাৰ সময়ত কি কৰিছিল? ২) তিলাৱাতৰ বিনিময় গ্ৰহণ কৰা বৈধনে? আৰু বিনিময়দাতা ইয়াৰ বাবে গুণাহগাৰ হবনে? ৩) কোৰআন তিলাৱাত বা আন আন ইবাদতৰ ছোৱাব মৃত ব্যক্তিৰ ওচৰত পৌঁছে নে?