- শ্ৰেণীবিন্যাস
- আল-কোৰআন আৰু ইয়াৰ বিভিন্ন জ্ঞান-শাস্ত্ৰ
- ছুন্নাহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- আক্বীদা
- তৌহীদ
- ইবাদত
- দাৱাহ আৰু ইছলামী সংস্কৃতি
- ঈমান
- ঈমানৰ বিভিন্ন মছলা মাছাইল
- ইহছান
- কুফৰ
- নিফাক্ব
- শ্বিৰ্ক
- বিদআত
- ছাহাবীসকল আৰু নবী পৰিয়াল
- অছিলা গ্ৰহণ
- অলী আৰু সিহঁতৰ কেৰামত
- জিন
- বন্ধুত্ব আৰু শত্ৰুতা (সম্পৰ্ক স্থাপন আৰু সম্পৰ্কচ্ছেদ)
- আহলে ছুন্নাত অল জামা‘আত
- বিভিন্ন ধৰ্মমত আৰু দ্বীন
- বিভিন্ন ফিৰ্কা, মতবাদ আৰু ধৰ্ম
- ইছলামৰ দাবীদাৰ বিভিন্ন ফিৰ্কা আৰু উপদল
- আধুনিক বুদ্ধিবৃত্তিক মতবাদসমূহ
- ফিকহ আৰু ইয়াৰ বিভিন্ন শাস্ত্ৰ
- ইবাদতৰ ফিকহ
- তাহাৰাত বা পৱিত্ৰতা
- ছালাত
- জানাযা
- জাকাত
- চিয়াম
- হজ্জ আৰু ওমৰাহ
- জুমাৰ খুতবাৰ বিধান
- বেমাৰীৰ ছালাত
- ভ্ৰমনকাৰীৰ ছালাত
- ছালাতুল খাওফ (বিভিন্ন ক্ষেত্ৰত আদায়কৃত ছালাত)
- ফিকহুল মু‘আমালাত বা অৰ্থনৈতিক লেন-দেন বিষয়ক ফিকহ
- শপথ আৰু মান্নত
- পৰিয়াল বিষয়ক ফিকহ
- চিকিৎসা, ঔষুধ আৰু চৰিয়ত অনুমোদিত জৰা-ফুঁকা
- খোৱা লোৱা আৰু পান কৰাৰ বিধান
- অপৰাধসমূহ
- মীমাংসা আৰু বিচাৰিক ফিকহ
- জিহাদ
- সম-সাময়িক বিষয়ৰ ফিকহ
- সংখ্যালঘু মুছলিম বিষয়ক ফিকহ - ফিকহুল আকাল্লিয়াত
- ইছলামী ৰাজনীতি
- ফিকহী মজহাবসমূহ
- ফতোৱা
- উছুলুল ফিকহ (ফিকাহ শাস্ত্ৰৰ মৌলিক নীতি)
- ফিকাহ সম্পৰ্কীয় কিতাবসমূহ
- ইবাদতৰ ফিকহ
- সৎকৰ্ম আৰু আনুগত্যৰ ফজিলত আৰু ইয়াৰ লগত সংশ্লিষ্ট বিষয়াদি
- ইবাদতৰ ফজিলতসমূহ
- উত্তম চৰিত্ৰৰ ফজিলতসমূহ
- আদব-আখলাক আৰু ওৱাজ-নছীহত
- General Islamic Etiquette
- ইছলামী আদব বা শিষ্টাচাৰ
- বাট-পথ আৰু বজাৰৰ আদবসমূহ
- আহাৰ গ্ৰহণ কৰা আৰু পান কৰাৰ আদবসমূহ
- অতিথি সেৱাৰ শিষ্টাচাৰ
- সাক্ষাতৰ শিষ্টাচাৰ
- হাঁচিৰ আদবসমূহ
- বজাৰৰ শিষ্টাচাৰ
- হামি কঢ়াৰ শিষ্টাচাৰ
- সাক্ষাৎ আৰু অনুমতি বিচৰাৰ আদবসমূহ
- কাপোৰ পৰিধান কৰাৰ আদবসমূহ
- বেমাৰীৰ শুশ্ৰুষা কৰাৰ আদব সমূহ
- টোপনী যোৱা আৰু টোপনীৰ পৰা সাৰ পোৱাৰ আদবসমূহ
- সপোন আৰু বেয়া সপোন
- কথাৰ নিয়মাৱলী
- ভ্ৰমনৰ আদবসমূহ
- মছজিদৰ আদবসমূহ বা নিয়ম-নীতি
- সপোনৰ আদবসমূহ
- General Islamic Etiquette
- দুআসমূহ
- Major Sins and Prohibitions
- আৰবী ভাষা
- দাৱাহ আৰু দা‘ঈ
- ইছলামৰ প্ৰতি আহ্বান
- মুছলিমৰ বাবে আৱশ্যকীয় জ্ঞান
- আত্মাৰ পৰিশুদ্ধিতা, উপদেশ আৰু অন্তৰ-কোমলকাৰী বিষয়
- সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধকৰণ
- ইছলামী দা‘ৱাতৰ বাস্তৱতা
- The Importance of Calling to Allah
- ইতিহাস
- ইছলামিক সংস্কৃতি
- পৰ্যায়ক্ৰমিক উপলক্ষ্য
- সমসাময়িক জীৱন আৰু মুছলিমসকলৰ অৱস্থা
- শিক্ষা আৰু বিদ্যালয়
- গণমাধ্যম আৰু সাংবাদিকতা
- প্ৰেছ আৰু বৈজ্ঞানিক সন্মিলন
- যোগাযোগ আৰু ইণ্টাৰনেট
- মুছলিমসকলৰ দৃষ্টিত বিজ্ঞান
- ইছলামিক ছিষ্টেম
- ৱেবছাইটৰ প্ৰতিযোগিতা
- বিভিন্ন এপ্পচ আৰু প্ৰোগ্ৰাম
- লিংকসমূহ
- পৰিচালনা
- জুমআৰ খুতবাসমূহ
- Academic lessons
- The Prophetic Biography
- Introducing Islam to Muslims
- Introducing Islam to non-Muslims
মুদ্ৰণৰ বাবে প্ৰস্তাৱিত কিতাপসমূহ
উপাদানৰ সংখ্যা: 12
- প্ৰথম পৃষ্ঠা
- প্ৰদৰ্শন ভাষা : অসমীয়া
- কন্টেন্টৰ ভাষা : সকলো ভাষা
- মুদ্ৰণৰ বাবে প্ৰস্তাৱিত কিতাপসমূহ
- অসমীয়া
ইছলামৰ সংক্ষিপ্ত পৰিচয় সম্পৰ্কে এইখন এখন অতি গুৰুত্বপূৰ্ণ পুস্তিকা। ইয়াত ইছলামৰ গুৰুপূৰ্ণ বিধি-বিধানসমূহ আৰু শিক্ষা তথা বৈশিষ্ট্যবোৰ ইছলামৰ মূল উৎসৰ আলোকত অৰ্থাৎ কোৰআন আৰু হাদীছৰ আলোকত বৰ্ণনা কৰা হৈছে। পৰিৱেশ পৰিস্থিতি ভিন ভিন হোৱা সত্তেও এই পুস্তিকাখনৰ দ্বাৰা প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানৰ মুছলিম আৰু অমুছলিমক সম্বোধন কৰা হৈছে।
- অসমীয়া লেখক : আব্দুৰ ৰাজ্জাক্ব বিন আব্দুল মুহছিন আল-আব্বাদ আল-বদৰ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
উক্ত পুস্তিকাত আটাইতকৈ বৰকতময়, মহান, শ্ৰেষ্ঠ আৰু কল্যাণকৰ কলিমা ‘লা-ইলা-হা ইল্লাল্লাহ’ৰ ফজীলত, বক্তব্য, চৰ্ত আৰু পৰিপন্থী বিষয়ক অতি জৰুৰী কিছুমান কথা অন্তৰ্ভূক্ত কৰা হৈছে। আশা কৰো পাঠকবৰ্গই ইয়াৰ দ্বাৰা উপকৃত হ’ব।
- অসমীয়া লেখক : আব্দুল আজীজ বিন দাউদ আল ফায়েজ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এইটো শ্বাইখ আব্দুল আজীজ ইবনে আব্দুল্লাহ ইবনে বাজ ৰাহিমাহুল্লাহ লিখিত এটা গুৰুত্বপূৰ্ণ পুস্তিকা ‘আদ-দুৰুছুল মুহিম্মাহ লি আম্মাতিল উম্মাহ’-ৰ ব্যাখ্যাগ্ৰন্থ। ইয়াত তেখেতে মুছলিম উম্মাহৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ যেনে, ঈমান আৰু ইয়াৰ নীতিমালা, ইছলাম আৰু ইয়াৰ ৰুকনসমূহ আলোচনা কৰিছে। ফলত ইয়াত স্থান পাইছে তৌহীদ আৰু ইয়াৰ প্ৰকাৰসমূহ, শ্বিৰ্ক আৰু ইয়াৰ প্ৰকাৰ, ছালাত আৰু তাৰ আহকামসমূহ, আখলাক আৰু শিষ্টাচাৰ।ব্যাখ্যা কৰিছে শ্বাইখ আব্দুল আজীজ বিন দাউদ আল-ফায়েজ।
- অসমীয়া লেখক : শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা নামৰ উক্ত কিতাপখন শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমান ৰাহিমাহুল্লাহ ৰচিত। ইয়াত তেখেতে ঈমানৰ মূলনীতিসমূহৰ ব্যাখ্যা চৰিয়তি প্ৰমানাদি আৰু যুক্তিৰে অতি স্পষ্টকৈ লিপিবদ্ধ কৰিছে। কিতাপখন প্ৰত্যেকৰে বাবে উপকাৰী।
- অসমীয়া লেখক : আব্দুৰ ৰহমান বিন নাছিৰ আচ-চাদী লেখক : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
সুখি জীৱনৰ কিছুমান উপকাৰী উপায়: পুস্তিকাটোত এনে কিছুমান উপায়-পদ্ধতি আলোচনা কৰা হৈছে, যিবোৰ পালন কৰিলে অন্তৰৰ সুখ-শান্তি লাভ হ’ব আৰু দুখ-চিন্তা দূৰ হ’ব।
- অসমীয়া লেখক : ছাঈদ বিন আলী বিন অহাফ আল কাহতানী অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
হিছনুল মুছলিম বা মুছলিমৰ দুৰ্গ কোৰআন আৰু বিশুদ্ধ হাদিছৰ আধাৰত লিখা এই পুথিখন বিশ্বৰ কেইবাটাও ভাষাত অনুবাদ হৈছে। আলহামদুলিল্লাহ, অসমীয়া জ্ঞানধাৰী লোক সকলৰ সুবিধাৰ্থে অসমীয়া ভাষাত ইয়াৰ অনুবাদ সম্পন্ন হ’ল।
- অসমীয়া লেখক : শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
আহলে ছুন্নাত ওৱাল জামাআতৰ আক্বিদা: পুথিটোত আল্লাহ্ৰ তাওহীদ; ফিৰিস্তা সকল, ঐশী পুথি, ৰাছুল সকল, আখিৰাত বা পৰকাল আৰু তাকদীৰৰ প্ৰতি ঈমান অনাৰ ক্ষেত্রত আহলে ছুন্নাত ওৱাল জামা‘আতৰ আক্বিদা-বিশ্বাস বৰ্ণনা কৰা হৈছে।
- অসমীয়া লেখক : ছলেহ ইবনে ফাওজান আল-ফাওজান অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
নাৰীসকলৰ প্ৰকৃত মৰ্যদা প্ৰদানকাৰী দ্বীন একমাত্র ইছলাম। ইছলামে তেওঁলোকৰ বহুতো বিষয় বিশেষ গুৰুত্বসহ গ্ৰহণ কৰিছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা কেৱল নাৰীসকলক উদ্দেশ্য কৰি উপদেশ প্ৰদান কৰিছিল। ‘আৰাফাৰ ময়দানত তেখেতে নাৰীসকলৰ ওপৰত পুৰুষসকলক হিতাকাঙ্ক্ষী হ’বলৈ উপদেশ দিছে, যিয়ে প্ৰমাণ কৰে নাৰীসকল বিশেষ যত্নৰ দাবীদাৰ। বিশেষকৈ বৰ্তমান সময়ত যেতিয়া মুছলিম নাৰীসকলৰ সন্মান হৰণ আৰু মৰ্যদাপূৰ্ণ স্থানৰ পৰা বিচ্যুত কৰাৰ নিমিত্তে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হৈছে। এতেকে, তেওঁলোকক সচেতন কৰা আৰু তেওঁলোকৰ সন্মুখত মুক্তিৰ নিৰ্দেশনা স্পষ্ট কৰাৰ বিকল্প নাই। উক্ত পুথিখনত এই বিষয়টোকে স্পষ্ট কৰা হৈছে।
- অসমীয়া
- অসমীয়া লেখক : মুহাম্মদ বিন আব্দুল ওৱাহ্হাব লেখক : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
এইটো মুহাম্মদ ইবন আব্দুল ওৱাহহাব - ৰাহিমাহুল্লাহ - ৰচিত এখন সংক্ষিপ্ত ও মূল্যবান পুস্তিকা।ইয়াত অতি সংক্ষেপে মানৱ জীৱনৰ মৌলিক কৰ্তব্য, সৃষ্টি ও স্ৰষ্টাৰ পৰিচয়, আল্লাহে আদেশ কৰা ইবাদত ও উপাসনাৰ প্ৰকাৰ ও ভাগ সমূহ, দ্বীনৰ সংক্ষিপ্ত বিৱৰণ, দ্বীন ইছলামৰ পৰ্যায়সমূহ, প্ৰত্যেক পৰ্যায়ৰ আৰকানসমূহ, নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সংক্ষিপ্ত জীৱনি, তেখেতক প্ৰেৰণ কৰাৰ ৰহস্য, পৰকালৰ প্ৰতি ঈমান, আৰু তৌহীদৰ দুটা উপাদান যেনে তাগুতক পৰিহাৰ কৰা আৰু আল্লাহৰ প্ৰতি ঈমান আনা ইত্যাদি বিষয় সমূহ বৰ্ণনা কৰিছে। অসমীয়া অনুবাদৰ মূঠ পৃষ্টা হৈছে ৩৭ ।
- অসমীয়া লেখক : শ্বাইখ আব্দুল আজীজ বিন আব্দুল্লাহ বিন বাজ অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী প্ৰকাশক : ইছলাম প্ৰচাৰ ব্যুৰো, ৰাবৱা, ৰিয়াদ, ছৌদি আৰব
চমু বিৱৰণী পুস্তিকাটোত কোৰআন আৰু ছুন্নাহৰ আলোকত অছিলা গ্ৰহণ কৰা আৰু যিহঁতক অছিলা হিচাপে গ্ৰহণ কৰা হয় সিহঁতৰ পৰিণাম সম্পৰ্কে আলোচনা কৰা হৈছে।
- অসমীয়া লেখক : মুহাম্মদ বিন আব্দুল ওৱাহ্হাব অনুবাদ : ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
এইটো এখন সংক্ষিপ্ত পত্র বিশেষ, যিটো শ্বাইখুল ইছলাম মুহাম্মাদ ইবন আব্দুল ওৱাহ্হাব ৰাহিমাহুল্লাহে লিখিছে। ইয়াত তৌহীদ আৰু শ্বিৰ্কৰ গুৰুত্বপূৰ্ণ চাৰিটা নীতিমালা সম্পৰ্কে আলোচনা কৰিছে। আৰু মুশ্বৰিকসকলৰ দাবী কৰা শ্বাফা‘আত আৰু তৌহীদপন্থীসকলৰ সাব্যস্ত কৰা শ্বাফা‘আতৰ পাৰ্থক্য দাঙি ধৰিছে।