103 - Al-Asr ()

|

(1) সময়ৰ শপত,

(2) নিশ্চয় মানুহ ক্ষতিগ্ৰস্ততাত নিপতিত,

(3) কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে।