108 - Al-Kawthar ()

|

(1) নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।

(2) এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।

(3) নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণ কৰা ব্যক্তিয়েই হৈছে নিৰ্বংশ।