111 - Al-Masad ()

|

(1) ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হওক।

(2) তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।

(3) অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।

(4) আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,

(5) তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী।