112 - Al-Ikhlaas ()

|

(1) কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,

(2) আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)

(3) তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই,

(4) আৰু তেওঁৰ সমতুল্য কোনো নাই’।