(1) কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ
(2) মানুহৰ অধিপতিৰ,
(3) মানুহৰ ইলাহৰ ওচৰত,
(4) আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,
(5) যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,
(6) জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।